বজাৰত বাজাজৰ নতুন ইলেক্ট্ৰিক স্কুটাৰঃ চেটক ২৯০১ৰ বাবে আগ্ৰহী নে আপোনালোক?
দেশৰ আগশাৰীৰ দুই চকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান বাজাজ অট’ই বজাৰত প্ৰৱেশ কৰিছে আন এখন বাহনৰ জৰিয়তে। প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে চেটক ইলেক্ট্ৰিক স্কুটাৰ চেটক ২৯০১ৰ নতুন ভেৰিয়েণ্ট। এই নতুন মডেলটো হৈছে চেটকৰ আটাইতকৈ সস্তা ভেৰিয়েন্ট। নতুন চেটক ইলেক্ট্ৰিক স্কুটাৰৰ এক্স শ্ব’ৰুম অনুসৰি মূল্য হ’ব ৯৫,৯৯৮ টকা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5