এইবাৰ আহি আছে ‘নিয়ন চহৰ’! অভিনেত্ৰী অমৃতা গগৈয়ে জনালে সবিশেষ…
অভিনেত্ৰী অমৃতা গগৈ শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো। পোষ্টটোৰ জৰিয়তে আহিবলগীয়া নতুন চিনেমাৰ কথা জনাইছে অভিনেত্ৰীগৰাকীয়ে । ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ কাম।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5