‘কেচটো নগেন’ নেকি? ২০২৫ চনৰ প্ৰথমমাহত পৰিচালক ধনজিৎ দাসে বিচাৰি উলিয়াব নগেনক!
Assamese Movie: ২০২৫ চনৰ প্ৰথমটো মাহত মুক্তি পাব অসমীয়া ছবি 'কেচটো নগেন'। চিনেমখনৰ পোষ্টাৰ আনুষ্ঠানিকভাবে মুকলি কৰাৰ লগে লগে চৰ্চা আৰম্ভ হৈছে চিনেমাপ্ৰেমীৰ মনত। 'কেচটো নগেন'ত আপুনি "নগেন"ক বিচাৰি হাবাথুৰি খাবলগীয়া হ'ব যেতিয়ালৈকে আপুনি এই ছবিখন উপভোগ নকৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5