নগাঁও ঢাকাপট্টিৰ নাম সলনি, এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে…
নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি। এতিয়াৰ পৰা এই অঞ্চলখিনিক ৰূপকোঁৱৰ চ'ক হিচাপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই এই সিদ্ধান্ত জিলা প্ৰশাসনৰ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5