Motorola Edge 50ৰ পৰা Poco M6 Plus 5Gলৈ, অহা সপ্তাহত ভাৰতত মুকলি কৰা হ’ব ৭টাকৈ নতুন স্মাৰ্টফোন
Upcoming Smartphones in India: যদি আপুনিও এটা নতুন স্মাৰ্টফোন ক্ৰয় কৰিব বিচাৰে, তেন্তে অলপ অপেক্ষা কৰক। কিয়নো অহা সপ্তাহত এটা বা দুটা নহয় ৭টাকৈ নতুন ফোন আপোনাৰ বাবে মুকলি কৰা হ'ব। অহা সপ্তাহত Motorola, Poco, Nothing, Realme আৰু Oppo কোম্পানীৰ নতুন স্মাৰ্টফোনে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিব।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6