নিৰ্বাচনী ৰোডশ্ব’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মংগালুৰু আৰু দক্ষিণা কানাড়া সংসদীয় সমষ্টিত নিৰ্বাচনী ৰোডশ্ব’ত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উক্ত অনুষ্ঠানত হাজাৰ হাজাৰ ভোটদাতাই অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত যুৱ ভোটাৰেও অংশগ্ৰহণ কৰে ।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6