অতি ভয়ংকৰ! ওৰে নিশা ফোন চাৰ্জত থৈ দিয়ে নেকি? জানক কি কি হ’ব পাৰে…
Phone Charging Tips: বহু মানুহে নিশা শুৱাৰ পূৰ্বে ফোন চাৰ্জত লগাই থৈ দিয়ে। যদি আপুনিও এনে কৰে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো ই ভাল অভ্যাস নহয়। ই ডাঙৰ ক্ষতি কৰিব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5