যেতিয়া ফোনটোৰ ইণ্টাৰনেল ষ্ট’ৰেজ বা ৰেম ভৰি পৰে তেতিয়া মোবাইল ফোনটোৱে আপোনাৰ যিকোনো কমাণ্ড প্ৰচেছ কৰাত অসুবিধা পাবলৈ আৰম্ভ কৰে। তেতিয়া এপবোৰে লেহেমীয়া গতিৰে কাম কৰে আৰু কেতিয়াবা এপবোৰ আনকি ক্ৰেচ হ’বলৈও আৰম্ভ কৰে। স্মাৰ্টফোন হেংগিঙৰ সমস্যা নোহোৱা কৰিবলৈ আপুনি অপ্ৰয়োজনীয় যিকোনো ডাটা, ফটো, ভিডিঅ’ ডিলিট কৰি ষ্ট’ৰেজ খালী কৰি ৰাখিব ।