শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ, পঞ্চায়তৰ সচিবৰ ২,০০০ ঠিকাভিত্তিক পদ মুকলি

নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে।পঞ্চায়তৰ সচিবৰ কাৰণে ৰাজ্যত মুকলি কৰা হৈছে প্ৰায় ২,০০০ ঠিকাভিত্তিক পদ । নিৰ্বাচনৰ আগমুহূৰ্তত এই খালী পদসমূহত নিযুক্তি প্ৰদান কৰিব চৰকাৰে।

trishna-kalita
Trishna Kalita | Updated On: 25 Aug 2025 14:14 PM
ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ইয়াৰ মাজতে নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে।

1 / 5
পঞ্চায়তৰ সচিবৰ কাৰণে ৰাজ্যত মুকলি কৰা হৈছে প্ৰায় ২,০০০ ঠিকাভিত্তিক পদ । নিৰ্বাচনৰ আগমুহূৰ্তত এই খালী পদ সমূহত নিযুক্তি প্ৰদান কৰিব চৰকাৰে।

2 / 5
এটকাও খৰচ নকৰাকৈ যোগ্য প্ৰাৰ্থীয়ে লাভ কৰিব চাকৰি। ইয়াৰ বাবে অনুষ্ঠিত কৰা হ'ব লিখিত পৰীক্ষা। এই তথ্য প্ৰকাশ কৰে মন্ত্রীগৰাকীয়ে।

3 / 5
ইয়াৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। আগন্তুক ২-৩ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব এই প্ৰক্ৰিয়া।

4 / 5
ইফালে মাদানীক কংগ্ৰেছৰ এজেন্ট হিচাপে আখ্যা দি ৰণজিৎ দাসে কয়, অসম অশান্ত কৰিবলৈ অহা মাদানীক ধৰ্মীৰ সংখ্যালঘু ৰাইজে বৰ্জন কৰিব লাগে। লগতে উচ্ছেদক লৈ ধৰ্মীয় সংখ্যালঘুসকলে ভয় কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে মন্ত্রীগৰাকীয়ে।

5 / 5