পুনৰ মূল্যবৃদ্ধিঃ এইবাৰ গুৱাহাটীত দাম বাঢ়িল গাখীৰৰ,জানক নতুন মূল্য…
পুনৰ মূল্যবৃদ্ধি। এইবাৰ গুৱাহাটী মহানগৰীত গাখীৰৰ মূল্য বৃদ্ধি। পূৰ্বতকৈ বেছি দামত জনসাধাৰণতে গাখীৰ ক্ৰয় কৰিব লাগিব। এই কথা অৱগত কৰে গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5