শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিহুৰ বতৰত সোণৰ বজাৰত জুই, দাম বাঢ়িল প্ৰায় ১৭০০০০ টকা! চাওক আজি কিমান হৈছে দৰ

বিশ্বজুৰি চলি থকা অৰ্থনৈতিক অস্থিৰতাৰ বাবেই দেশৰ লগতে অসমৰ বজাৰতো সোণ-ৰূপৰ এই দৰ বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে। বিয়াৰ বতৰৰ প্ৰাকক্ষণত এনেদৰে মূল্যবৃদ্ধি হোৱাত স্বাভাৱিকতে চিন্তিত হৈ পৰিছে মধ্যবিত্ত গ্ৰাহকসকল।

Monjit Dutta
Monjit Dutta | Updated On: 12 Jan 2026 10:24 AM
বিহুৰ বতৰত সোণৰ অলংকাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰা গ্ৰাহকসকলৰ বাবে আহিছে এক দুঃসংবাদ। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱত আজি ঘৰুৱা বজাৰতো সোণ আৰু ৰূপৰ মূল্যত আকাশলংঘী বৃদ্ধি পৰিলক্ষিত হৈছে। 'গুড ৰিটাৰ্ণছ'ৰ শেহতীয়া তথ্য অনুসৰি, বজাৰত আজি সোণৰ দৰ যথেষ্ট উৰ্ধগামী হৈছে।

1 / 5
আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১৬৯ টকাকৈ বৃদ্ধি পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। এনে দৰ বৃদ্ধিৰ ফলত আজি বজাৰত এক গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছেগৈ ১৪,২১৫ টকা।

2 / 5
আটাইতকৈ বেছি ব্যৱহৃত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত আজি ১৫৫ টকাকৈ বৃদ্ধি পাইছে। ফলত গ্ৰাহকসকলে আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণ ক্ৰয় কৰিবলৈ ১৩,০৩০ টকা পৰিশোধ কৰিব লাগিব।

3 / 5
সমান্তৰালভাৱে ১৮ কেৰেট সোণৰ মূল্যও প্ৰতি গ্ৰামত ১২৭ টকাকৈ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে গুড ৰিটাৰ্ণছে। এইদৰে আজি বজাৰত মূল্য ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১০,৬৬১ টকা হৈছে।

4 / 5
কেৱল সোণেই নহয়, আজি ৰূপৰ মূল্যয়ো সাধাৰণ গ্ৰাহকক চিন্তিত কৰিব। বজাৰত আজি প্ৰতি গ্ৰাম ৰূপত ১০ টকাকৈ বৃদ্ধি পোৱাৰ ফলত বৰ্তমান এক কিলোগ্ৰাম ৰূপৰ মূল্য প্ৰায় ২,৭০,০০০ টকা হৈছে।

5 / 5