ইতিহাসৰ পুনৰাবৃত্তি ঘটোৱাৰ আশা ৰাহুলৰ! লৰ্ডছত আজি বিজয় ধ্বজা উৰুৱাব পাৰিবনে ভাৰতে?
ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত লৰ্ডছ টেষ্টৰ আজি অন্তিম দিন। শৃংখলাৰ এই তৃতীয় মেচখনৰ অন্তিম দিনা আজি ভাৰতক জয়ৰ বাবে ১৩৫ ৰানৰ প্ৰয়োজন। আনহাতে ইংলেণ্ডক প্ৰয়োজন ৬টা উইকেটৰ। এনে পৰিস্থিতিত এই মেচখন আজি অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5