ৰে’ল যাত্ৰাত কেতিয়াবা সুৰংগ পাৰ হৈছে নে? চাওক বিশ্বৰ দীৰ্ঘতম ৫টা দীৰ্ঘতম ৰে’ল সুৰংগ
ভাৰতত আটাইতকৈ সহজলভ্য আৰু ব্যৱহৃত পৰিবহণ ব্যৱস্থা হিচাপে ৰে’লৱেই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰে’ল যাত্ৰাৰ সময়ত কিছুমান ৰে’লপথত সুৰংগৰ অৱস্থিতি দেখা যায়। এই সুৰংগসমূহৰ মাজেৰে ৰে’লখন পাৰ হোৱাৰ সময়ত বিশেষ অভিজ্ঞতা লাভ কৰে যাত্ৰীসকলে। পিছে বিশ্বৰ দীৰ্ঘতম ৰে’ল সুৰংগ ক’ত আছে জানেনে? এই বিষয়ে চাওঁ আহক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5