‘দেশৰ গণতন্ত্ৰৰ বাবে এক অন্যতম শুভ লক্ষণ’- ভোটাধিকাৰ সাব্যস্ত কৰিলে পীযূষ-আইমীয়ে
আজি ৭৭,০৯,২৭৬গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬১জন প্ৰাৰ্থীৰ। ৯,১৩৩টা ভোটকেন্দ্ৰৰ EVMত বন্দী হ’ব প্ৰাৰ্থীৰ ভাগ্য। প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে। এইফালে ভোটাধিকাৰ সাব্যস্ত কৰি সামাজিক মাধ্যমত আইমী আৰু স্বামী পীযূষে শ্বেয়াৰ কৰিলে ফটো।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5