কাইলৈ স্থানীয় বন্ধ ঘোষণা! বন্ধ থাকিব শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়, জানক সবিশেষ
বৃহস্পতিবাৰৰ দিনটোত বন্ধ থাকিব ৰাজ্যৰ এইখন জিলা। আজি এক নিৰ্দেশ যোগে নিগোচিয়েবল আইনৰ অধীনত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে অহা কাইলৈ অৰ্থাৎ ৯ জানুৱাৰীত বন্ধৰ ঘোষণা কৰিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5