Pushpa 2 Box Office Collection Day 1: আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ই ভাঙিলে অভিলেখ, মুক্তিৰ প্ৰথম দিনটোত কিমান উপাৰ্জন কৰিলে জানক
আল্লু অৰ্জুন অভিনীত ছবি 'পুষ্পা ২' বৃহস্পতিবাৰে মুক্তি লাভ কৰে। প্ৰথম দিনাই এই ছবিখনে ছবিগৃহত আশ্চৰ্যজনক প্ৰদৰ্শন কৰিছে, যিটো সকলোৱে আশা কৰা কৰিছিল।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5