শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঈদৰ বজাৰত বৃদ্ধি পাইছে নেকি সোণৰ দাম? চাওক আজি গুৱাহাটীত সোণৰ দৰ কিমান…

সাধাৰণতে প্ৰায় প্ৰতিটো দিনতে বজাৰত সোণৰ মূল্যৰ উত্থান-পতন ঘটে। কেতিয়াবা যদি মূল্য কিছু হ্ৰাস পায়, আন কেতিয়াবা আকৌ হোৰাহোৰে সোণৰ মূল্য বৃদ্ধি পোৱা দেখা যায়। মূলতঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ প্ৰভাৱত সোণৰ মূল্যৰ এনে তাৰতম্য ঘটা পৰিলক্ষিত হয়। চাওঁ আহক আজি গুৱাহাটীত সোণৰ দাম কিমান।

monjit-dutta
Monjit Dutta | Published: 06 Jun 2025 14:36 PM
শেহতীয়া কিছুদিনত দেশৰ বজাৰত সোণৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল যদিও আজি সোণৰ দাম কালিৰ দৰৰ সৈতে অপৰিৱৰ্তিত আছে। মনীকণ্ট্ৰলৰ তথ্য অনুসৰি আজি দেশৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ দাম ৯,২১০ টকা।

1 / 5
আনহাতে ২৪ কেৰেট সোণৰ দাম আজি দেশৰ বজাৰত প্ৰতিগ্ৰামত ৯,৬৭১ টকা হৈ আছে। মনীকণ্ট্ৰলৰ তথ্য অনুসৰি, দেশৰ বজাৰৰ দৰে গুৱাহাটীতো সোণৰ মূল্যৰ ক্ষেত্ৰত কোনো তাৰতম্য ঘটা নাই।

2 / 5
গুৱাহাটীত আজি ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ৯,৩১০ টকা দৰত উপলব্ধ হৈছে বুলি প্ৰকাশ পাইছে। ঠিক সেইদৰে ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৯,৭৭৬ টকা হৈ আছে বুলি মনীকণ্ট্ৰ’লে প্ৰকাশ কৰিছে।

3 / 5
এই দৰে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হ’ব ৯৩,১০০ টকা। আনহাতে ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য আজি গুৱাহাটীত ৯৭,৭৬০ টকা হ’ব।

4 / 5
মনীকণ্ট্ৰলৰ তথ্য মতে গুৱাহাটীৰ বজাৰত আজি সোণৰ লগতে ৰূপৰ দামো কালিৰ দৰৰ সৈতে সমান হৈ আছে। গুৱাহাটীৰ বজাৰত আজি এক কিলোগ্ৰাম ৰূপৰ দৰ ১১৪০০০ টকা হৈছে প্ৰকাশ পাইছে।

Silverমনীকণ্ট্ৰলৰ তথ্য মতে গুৱাহাটীৰ বজাৰত আজি সোণৰ লগতে ৰূপৰ দামো কালিৰ দৰৰ সৈতে সমান হৈ আছে। গুৱাহাটীৰ বজাৰত আজি এক কিলোগ্ৰাম ৰূপৰ দৰ ১১৪০০০ টকা হৈছে প্ৰকাশ পাইছে।

5 / 5