Rafael Nadal Retirement: টেনিছৰ পৰা অৱসৰ ল’লে ৰাফেল নাডালে, অন্তিম খেলতো ৰচনা কৰিলে এইদৰে ইতিহাস
স্পেনিছ টেনিছ তাৰকা ৰাফেল নাডালে অৱসৰ গ্ৰহণ কৰিছে। নাডালে ২ দশকজুৰি কেৰিয়াৰত ২২টা গ্ৰেণ্ড শ্লাম খিতাপ লাভ কৰে, ইয়াৰে ১৪টা গ্ৰেণ্ড শ্লাম খিতাপ কেৱল ফ্ৰেঞ্চ অ’পেনৰ ৰূপতহে। তেওঁ অষ্ট্ৰেলিয়ান অ’পেন আৰু ইউ এছ অ’পেনত ২ বাৰকৈ আৰু উইম্বলডনত ৪ বাৰকৈ জয়লাভ কৰিছে। নাডালৰ নামত ডেভিছ কাপৰ ৪টা খিতাপও আছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5