Cannes লৈ ৰাওনা কিয়াৰা আদৱানী, চাওক বিমান বন্দৰত কিয়াৰৰ আকৰ্ষণীয় ষ্টাইল
কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অতি সোনকালে দেখা যাব বলীউডৰ অভিনেত্ৰী কিয়াৰা আদবানীক। এই বছৰ কানত দেখিব কিয়াৰাক। বিমানবন্দৰত তেওঁক দেখা গ’ল।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5