ইয়াত এখন গাঁও আছিল! বোকাৰ মাজত আপোনজনক বিচাৰি হাহাকাৰ, চকু সেমেকি যোৱা কেইখনমান ছবি
বান- গৰাখহনীয়াত উটি গৈছে মানুহ, গছ- গছনি, ঘৰ-দুৱাৰ,জীৱ-জন্তু আদি সকলো। বোকাৰ মাজত আপোনজনক বিচাৰি হাহাকাৰ লগাইছে একাংশই। বায়নাডৰ এই ধ্বংসলীলাই চকু সেমেকাইছে দেশবাসীৰ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5