শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধনী হ’বলৈ মন নেকি আপোনাৰ? তেন্তে ঘৰত ৰাখক এইকেইখন ফটো!

বাস্তু শাস্ত্ৰত এখন ফটো ঘৰৰ অগ্ৰগতিৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। এই ফটো ঘৰত ৰাখিলে পৰিয়ালটোৱে ধনৰ দিশত আগবাঢ়িবলৈ আৰম্ভ কৰে। সবিশেষ জানো আহক...

barasha-misra
Barasha Misra | Published: 06 Aug 2025 22:26 PM
বাস্তু শাস্ত্ৰ মতে ঘৰত কিছুমান ফটো ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰে এখন ফটো হ’ল ৭টা দৌৰি থকা ঘোঁৰাৰ ছবি। বাস্তু শাস্ত্ৰৰ মতে, যিয়েই এই ছবিখন নিজৰ ঘৰত ৰাখে, তেওঁৰ ভাগ্য উদয় হ'বলৈ বেছি সময় নালাগে। ঘৰত দৌৰি থকা ঘোঁৰাৰ ফটো ৰাখিলে কি লাভ হয় জানো আহক।

1 / 5
বাস্তু শাস্ত্ৰ আৰু জ্যোতিষৰ মতে, ঘৰত সাতটা ঘোঁৰাৰ ছবি ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশেষকৈ ফটোখনত ঘোঁৰাবোৰ দৌৰি থকা দেখিলে অতি শুভ । ঘৰখনত ইতিবাচক শক্তি, সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই অনাত এই ছবিখন অতি সহায়ক বুলি কোৱা হয়।

2 / 5
বাস্তুত সাতটা দৌৰী থকা ঘোঁৰাক সফলতা, প্ৰগতি, বিজয় আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰত সাতটা ঘোঁৰাৰ ছবি ৰাখিলে কেৰিয়াৰ, ব্যৱসায় আৰু পাৰিবাৰিক জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যায়।

3 / 5
দৌৰা ঘোঁৰাৰ ফটোখন বাস্তু শাস্ত্ৰত আটাইতকৈ ভাগ্যৱান বুলি গণ্য কৰা হয়, যিয়ে আপোনাৰ ভাগ্যও সলনি কৰিব পাৰে। বাস্তু শাস্ত্ৰৰ মতে, ঘৰত এনে ফটো ৰাখিলে আৰ্থিক সমস্যা দূৰ হয় আৰু আৰ্থিক লাভৰ নতুন পথ মুকলি হয়। ইয়াৰোপৰি কৰ্মক্ষেত্ৰতো সফলতা পাব।

4 / 5
(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিভি৯ অসমে নিশ্চিত নকৰে।)

5 / 5