শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বন্ধুৰ সৈতে নৈশ যাপন কৰিবলৈ স্বামীয়ে বাধ্য কৰিছিল এইগৰাকী অভিনেত্ৰীক!

বলীউডৰ এনে বহু দম্পতী আছে, যাক পাৰফেকট বুলি গণ্য কৰা হয়। অৱশ্যে কেতিয়াবা এনে কিছুমান কাহিনী শুনিবলৈ পোৱা যায়, যাৰ আচল ৰূপ পৰ্দাৰ আঁৰত বেলেগ আৰু সন্মুখত বেলেগ। তেনে এটা কাহিনী আছিল বলীউডৰ ৯০ দশকৰ এগৰাকী শীৰ্ষ অভিনেত্ৰীৰ।

barasha-misra
Barasha Misra | Updated On: 13 Jun 2025 16:20 PM
৯০ দশকৰ শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত আছিল কৰিশ্মা কাপুৰ। সেই সময়ত কৰিশ্মা সৰ্বাধিক মূল্য পোৱা অভিনেত্ৰী হিচাপে পৰিচিত আছিল। ব্যক্তিগত জীৱনৰ কথা ক'লে অভিনেত্ৰীগৰাকীয়ে ২০০২ চনত অভিষেক বচ্চনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সম্পূৰ্ণ কৰে।

1 / 7
কিন্তু কোনো কাৰণত তেওঁলোকৰ সম্পৰ্ক বিচ্ছিন্ন হয় আৰু তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে এৰেঞ্জ মেৰেজ আছিল, এই বিয়াখন অতি বিলাসী ৰূপত অনুষ্ঠিত হৈছিল, যিটো সকলোতে চৰ্চা হয়।

2 / 7
কৰিশ্মাৰ সৈতে সঞ্জয়ৰ বিবাহ দ্বিতীয় বিবাহ আছিল। ইয়াৰ পূৰ্বে তেওঁ প্ৰথমে ডিজাইনাৰ নন্দিতা মাহতানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু ২০০০ চনত নন্দিতা আৰু সঞ্জয়ৰ বিবাহ বিচ্ছেদ হয়। অৱশ্যে পিছলৈ সঞ্জয় আৰু কৰিশ্মাৰো বিচ্ছেদ হয়।

3 / 7
কৰিশ্মা আৰু সঞ্জয়ৰ দুটা সন্তান আছে, নাম সমইৰা আৰু কিয়ান। কিন্তু বিয়াৰ কেইবছৰমানৰ পাছত তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলিবলৈ ধৰে। ২০১৪ চনত কৰিশ্মা আৰু সঞ্জয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়।

4 / 7
বিবাহ বিচ্ছেদৰ পিছত কৰিশ্মাই নিজৰ বিবাহ সম্পৰ্কে বহু কথা প্ৰকাশ কৰিলে। অভিনেত্ৰীগৰাকীয়ে সঞ্জয় আৰু তেওঁৰ মাকে প্ৰহাৰ কৰা বুলি কয়। ইয়াৰ সমান্তৰালকৈ সঞ্জয়েও অভিযোগ উত্থাপন কৰে যে কৰিশ্মাই তেওঁক সৈতে টকাৰ বিনিময়ত বিয়া হৈছে।

5 / 7
বিষয়টো তেতিয়া বেছি চৰ্চিত হৈ পৰে, যেতিয়া অভিনেত্ৰীগৰাকীয়ে কয় যে হানিমুনৰ সময়ত সঞ্জয়ে কৰিশ্মাক বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰাইছিল। যেতিয়া অভিনেত্ৰীগৰাকীয়ে এই কথা অস্বীকাৰ কৰে, তেতিয়া সঞ্জয়ে তেওঁক মাৰপিট কৰে।

6 / 7
২০১৬ চনত আইনী যুঁজৰ অন্তত দুয়োৰে মাজত বিচ্ছেদ ঘটে। পিছত সঞ্জয়ে প্ৰিয়া সচদেৱৰ লগত বিবাহপাশত আবদ্ধ হয়।

7 / 7