কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা, ২২গৰাকী তিৱা ৰজাক ৰাজ ভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে
জোনবিলৰ পাৰত প্ৰস্তুতি সম্পন্ন জোনবিল মেলাৰ। গোভা দেওঁৰজাৰ শাসনকালৰে পৰা চলি অহা এইখন পৰম্পৰাগত মেলা। বিনিময় প্ৰথাৰে উজলিব জোনবিলৰ পাৰ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5