গ্ৰাহকলৈ নৱবৰ্ষৰ উপহাৰ জিঅ’ৰঃ আগবঢ়াইছে এই ২১৫০ টকাৰ উপহাৰ; কিদৰে পাব সুবিধা, চাওক…
নৱবৰ্ষৰ প্ৰাকক্ষণত নিজ গ্ৰাহকসকললৈ উপহাৰ আগবঢ়াইছে টেলিকম কোম্পানী জিঅ’ই। কোম্পানীটোৰ গ্ৰাহকসকলে নৱবৰ্ষত অন্যান্য মোবাইল সেৱাৰ লগতে ভ্ৰমণ, অনলাইনত বজাৰ আৰু খাদ্যৰ অৰ্ডাৰ দিয়াৰ সময়ত জিঅ’ৰ পৰা আকৰ্ষণীয় উপহাৰ লাভ কৰিব। এই উপহাৰৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকসকলে ২০২৫ টকা খৰচ কৰিব লাগিব। এই বিষয়ে চাওঁ আহক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5