আজি নিশ্চিত আৰ চি বিৰ জয়! পুৰণি ৰেকৰ্ডে নিশ্চিত কৰিছে চেন্নাইৰ পৰাজয়…
প্লে’ অফৰ স্থান নিশ্চিতিৰ লক্ষ্যৰে আজি চিন্নাস্বামী ষ্টেডিয়ামত প্ৰতিদ্বন্দিতাত নামিব চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই গুৰুত্বপূৰ্ণ মেচখনৰ বাবে অনুৰাগীসকলৰ মাজত পৰিলক্ষিত হৈছে তীব্ৰ উৎকণ্ঠা। পিছে কিছু কাকতালীয় ঘটনাই আজিৰ মেচখনত বাংগালুৰুৰ সম্ভাৱ্য বিজয়ৰ ইংগিত বহন কৰিছে। কি এই কাকতলীয়া ঘটনা, জানো আহকঃ

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5