আৰম্ভ হৈছে চৰ্চা…আকৰ্ষণীয় আপডেটৰ সৈতে আহি আছে iPhone 17 !
এপলে যোৱা 12 ছেপ্টেম্বৰত আইফোন 16 ছিৰিজৰ চাৰিটা ফোন মুকলি কৰিছিল। ইয়াৰ পিছত মানুহৰ মাজত এপলৰ আইফোন 17 ৰ সম্পৰ্কে আলোচনা আৰম্ভ হয়। এতিয়া আইফোন ব্যৱহাৰকাৰীসকলে আইফোন 17 ছিৰিজ আৰু ইয়াৰ সৈতে জড়িত লিকসমূহৰ তথ্যৰ বাবে অপেক্ষা কৰি আছে। এপলে এতিয়াও আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5