ভাৰতীয় ক্ৰিকেটাৰৰ গেৰেজত কোটি কোটি টকীয়া বিলাসী বাহনঃ তালিকাত কোন কোন…
দেশত ক্ৰিকেটাৰসকলৰ আছে এক অনন্য ষ্টাৰদম। চলচ্চিত্ৰজগতৰ লগত জড়িত কলা-কুশলীসকলৰ সমান্তৰালকৈ দেশত ক্ৰিকেটাৰসকলকে আটাইতকৈ চেলিব্ৰিটি জ্ঞান কৰা হয়। অৰ্থনৈতিক দিশৰ পৰাও ক্ৰিকেটাৰসকল যথেষ্ট সম্পদশালী। ভাৰতীয় ক্ৰিকেটাৰসকলৰ ওচৰত বিলাসী গাড়ীৰো আছে চমকৃত কৰিব পৰা সংগ্ৰহ। চাওঁ আহক ৰোহিত শৰ্মা, বিৰাট কোহলী, শিখৰ ধাৱান, শচীন তেণ্ডুলকাৰ আৰু শ্ৰেয়স আয়াৰৰ ওচৰত কি কি বিলাসী গাড়ী আছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5