Indian Cricket Team: হাতত বিশ্বকাপৰ ট্ৰফী লৈ দিল্লীত উপস্থিত ভাৰতীয় ক্ৰিকেট দল…
টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ পাছত বৃহস্পতিবাৰে দেশত উপস্থিত হয় ইণ্ডিয়ান ক্ৰিকেট টীমটোয়ে। আজি পুৱা আটাইকেইজন উপস্থিত হয় ৰাজধানী দিল্লীত। বিভিন্নজনে দিল্লী বিমান বন্দৰত তেওঁলোকক আদৰণি জনায়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5