৩০ নৱেম্বৰৰ পৰা হ’ব প্ৰতিদ্বন্দিতাঃ তাৰ পূৰ্বে অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰতীয় দলৰ
পাৰ্থ টেষ্টত চমকপ্ৰদ জয়েৰে অষ্ট্ৰেলিয়া অভিযান আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। এই জয়েৰে ভাৰতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ১-০ ব্যৱধানৰ অগ্ৰগতি লাভ কৰিছে। ৬ ডিচেম্বৰৰ পৰা হ’বলগীয়া দ্বিতীয় মেচৰ পূৰ্বে ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে এখন ৱাৰ্ম আপ মেচ খেলিব। এই মেচখনৰ পূৰ্বে ভাৰতীয় দলে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি আলবানিজক সাক্ষাৎ কৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5