শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

India vs Australia 2nd T20I: পুনৰ টছত পৰাস্ত হ’ল ভাৰতীয় অধিনায়ক, মূল একাদশক লৈ সূৰ্য-গম্ভীৰে ল’লে ডাঙৰ সিদ্ধান্ত

এই মেচখনৰ বাবে ভাৰতীয় দলৰ মূল একাদশ ইতিমধ্যে নিশ্চিত কৰা হৈছে। কেনবেৰাত প্ৰথম মেচত অৱতীৰ্ণ হোৱা দলটোৱেই আজি মেলবৰ্ণতো দেখা পোৱা যাব। অপেনাৰদ্বয় অভিষেক আৰু গিলৰ ওপৰত আজি দৃষ্টি নিবদ্ধ হ’ব সকলোৰে।

monjit-dutta
Monjit Dutta | Updated On: 31 Oct 2025 13:51 PM
অষ্ট্ৰেলিয়াৰ বিপক্ষে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাৰ আজি দ্বিতীয়খন মেচ। ইতিমধ্যে শৃংখলাৰ প্ৰথমখনে মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছে। আজি মেলবৰ্ণত এই টি-২০ শৃংখলাত অগ্ৰগতি লোৱাৰ লক্ষ্যৰে খেলপথাৰত নামিব সূৰ্যবাহিনী।

1 / 5
ইতিমধ্যে এই মেচখনৰ টছ হৈ গৈছে। পুনৰ এবাৰ টছত পৰাস্ত হৈছে ভাৰতীয় অধিনায়ক। টছত জয়ী হৈ অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্শ্বে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ মেলবৰ্ণত আজি প্ৰথমে বেটিং কৰিব ভাৰতীয় দলে।

2 / 5
এই মেচখনৰ বাবে ভাৰতীয় দলৰ মূল একাদশ ইতিমধ্যে নিশ্চিত কৰা হৈছে। কেনবেৰাত প্ৰথম মেচত অৱতীৰ্ণ হোৱা দলটোৱেই আজি মেলবৰ্ণতো দেখা পোৱা যাব। অপেনাৰদ্বয় অভিষেক আৰু গিলৰ ওপৰত আজি দৃষ্টি নিবদ্ধ হ’ব সকলোৰে।

এই মেচখনৰ বাবে ভাৰতীয় দলৰ মূল একাদশ ইতিমধ্যে নিশ্চিত কৰা হৈছে। কেনবেৰাত প্ৰথম মেচত অৱতীৰ্ণ হোৱা দলটোৱেই আজি মেলবৰ্ণতো দেখা পোৱা যাব। অপেনাৰদ্বয় অভিষেক আৰু গিলৰ ওপৰত আজি দৃষ্টি নিবদ্ধ হ’ব সকলোৰে।

3 / 5
টি-২০ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী অৰ্শদীপ সিঙে পুনৰ এবাৰ মূল একাদশত স্থান লাভ কৰা নাই। বুমৰাহৰ সৈতে দলৰ পেচ আক্ৰমণত থাকিব হৰ্ষিত ৰানা। সংগ দিব অলৰাউণ্ডাৰ শিৱম ডুবেই। স্পিন বিভাগত থাকিব অক্ষৰ, কুলদীপ আৰু বৰুণ।

4 / 5
দলৰ মূল একাদশত আজি দেখা যাব অভিষেক, গিল, সূৰ্যকুমাৰ (অধিনায়ক), তিলক, সঞ্জু চেমচন, শিৱম ডুবে, অক্ষৰ, হৰ্ষিত, কুলদীপ, বৰুণ আৰু বুমৰাহ। ইফালে অষ্ট্ৰেলিয়া দলত উইকেটকীপাৰ বেটাৰ জ’ছ ফিলিপৰ স্থানত মেথিউ শ্বৰ্টক অন্তৰ্ভুক্ত কৰা হৈছে।

5 / 5