শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চৰাইদেউৰ সাপেখাতীত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, বাঘ চাবলৈ ৰাইজৰ ভিৰ

চৰাইদেউৰ সাপেখাতীত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰফুটুকী । দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে । দেওবাৰে সাপেখাতী বিহুবৰ চাহ বাগিচাত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ হয় বাঘটো।

trishna-kalita
Trishna Kalita | Published: 15 Sep 2025 09:22 AM
ৰাজ্যত অব্যাহত আছে বাঘৰ সন্ত্ৰাস। বহু ঠাইত জনাঞ্চলত প্ৰায়ে মুক্ত বিচৰণ কৰে বাঘে।

1 / 5
চৰাইদেউ জিলাৰ সাপেখাতীত নাহৰফুটুকীৰ মুক্ত বিচৰণ। যাৰ ফলত অঞ্চলজুৰি আতংকই বিৰাজ কৰিছে।

2 / 5
বহু দিন ধৰি গৰু-ছাগলী ভক্ষণ কৰি তাণ্ডৱ সৃষ্টি কৰিছিল নাহৰফুটুকীটোৱে। তাৰ পিছতে বন বিভাগক খবৰ দিয়ে অঞ্চলটোৰ ৰাইজে।

3 / 5
অৱশেষত দেওবাৰে  সাপেখাতী বিহুবৰ চাহ বাগিচাত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ হয় বাঘটো। ইয়াৰ পিছতে এতিয়া অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস লয়।

4 / 5
পিঞ্জৰাত ৰখা ছাগলী ভক্ষণ কৰিবলৈ আহি আবদ্ধ হল বাঘটো।  ইফালে প্ৰায় পাঁচ ফুট ওখ বিশাল আকৃতিৰ বাঘটো চাবলৈ ৰাইজৰ ভিৰ।

5 / 5