শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তুষ্ট নহয় নেকি? তেন্তে চাব পাৰিব নিজৰ উত্তৰবহী, কেনেকৈ জানক…

HS result 2025: আজি ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত যদি কোনো ছাত্ৰ-ছাত্ৰী সন্তুষ্ট নহয় তেওঁলোকে নিজৰ উত্তৰবহী পৰীক্ষা কৰি চাব পাৰিব।

barasha-sarma
Barasha Sarma | Updated On: 30 Apr 2025 13:36 PM
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে বুধবাৰে ঘোষণা কৰে উচ্চত মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত  কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ। ইয়াৰ বিপৰীতে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ,  বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ আৰু বাণিজ্য শাখাত  উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ।

1 / 5
ফলাফল ঘোষণা কৰাৰ পাছতে শিক্ষা পৰিষদে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কয় যে, প্ৰথমবাৰৰ বাবে এপ্ৰিল মাহত ফলাফল ঘোষণা কৰা হৈছে। মাত্ৰ ৪৪ দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হৈছে। এইবাৰ সংখ্যাৰ ফালৰ পৰা শিক্ষাৰ্থী সৰ্বাধিক আছিল।

2 / 5
পৰিষদে কয় যে, এইবাৰ এখনেই মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰদান কৰা হ’ব ছাত্ৰ-ছাত্ৰীক। ছাত্ৰ-ছাত্ৰীসকলে যাতে ৰাজ্যৰ বাহিৰত নামভৰ্তিৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে।

3 / 5
পৰীক্ষাৰ বহি পুনঃৰীক্ষণ সন্দৰ্ভত পৰিষদে কয় যে, দুদিন পাছত উত্তৰবহী পুনঃৰীক্ষণৰ কাম আৰম্ভ হ'ব। দুদিন পাছত উত্তৰবহী পুনঃৰীক্ষণৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হ'ব। পৰৱৰ্তী সময়ত মেইলত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব উত্তৰবহী।

4 / 5
উল্লেখ্য যে, এইবাৰ কলা শাখাত উত্তীৰ্ণৰ সংখ্যা ১,৮৩,৭৪৫ গৰাকী, বিজ্ঞান শাখাত উত্তীৰ্ণৰ সংখ্যা ১৪,৫৮৪ গৰাকী, বৃত্তিমূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে ৮০২ গৰাকী  আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ সংখ্যা ১৪,৫৮৪ গৰাকী।

5 / 5