HS exam: আজিৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, মুঠ ৩,০৬,৮৪১গৰাকী ছাত্ৰ-ছাত্ৰী হ’ব অৱতীৰ্ণ
HS exma: দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত আজি পৰীক্ষাত বহিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী। আজিৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাক লৈ সম্পূৰ্ণ হৈছে প্ৰস্তুতি।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5