বৰষুণৰ সময়ত হাই ভল্টেজ মেচিনৰ পৰা আঁতৰি থাকিব লাগে। বাৰিষাৰ দিনত সেয়ে সাৱধানে ৱাশ্বিং মেছিন, ফ্ৰীজ, এচি, ইনভাৰেটৰ আদি বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। ইয়াৰোপৰি পানী লাগি থকা হাত বা পানী লাগি থকা বস্তুৰে হাই ভল্টেজ মেচিন চুব নালাগে। বৰষুণৰ লগতে বিজুলী- ঢেৰেকনি দিয়াৰ সময়তো ই অতি বিপদজনক হৈ থাকে।