ৰাতিপুৱাৰ শৰীৰ চৰ্চাৰ বাবে নিজকে কেনেকৈ উৎসাহিত কৰিব ? জানক…
দেৰিকৈ শুবলৈ যোৱা, দেৰিকৈ সাৰ পোৱা, অস্বাস্থ্যকৰ খাদ্য খোৱা, জীৱনত কোনো ৰুটিন নথকা এই সকলোবোৰে শৰীৰৰ ক্ষতি কৰে। গতিকে নিজকে ভাল কৰি ৰাখিবলৈ পুৱা সোনকালে উঠি ব্যায়াম বা যোগাসন কৰাটো গুৰুত্বপূৰ্ণ।বহু লোকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কোনো ধৰণৰ ব্যায়াম বা যোগাসন কৰিবলৈ মন নকৰে বা এলাহ কৰে । এনে পৰিস্থিতিত ৰাতিপুৱা সময়ছোৱাত নিজকে কেনেকৈ উৎসাহিত কৰিব লাগে জানেনে?

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5