WhatsApp Message : হোৱাটছএপত মেছেজৰ সঠিক সময় দেখুৱা নাই নেকি ? এই সমস্যা কেনেকৈ সমাধান কৰিব ?
কেতিয়াবা হোৱাটছএপৰ মেছেজ প্ৰেৰণ কৰা সঠিক সময় ভুল হৈ থাকে । বিশেষকৈ যেতিয়া কোনো গুৰুত্বপূৰ্ণ বাৰ্তাৰ সঠিক সময় জানিবলগীয়া হয়, তেনে ক্ষেত্ৰত এই সমস্যা বিপদৰ কাৰণ হৈ পৰিব পাৰে। জানক এই সমস্যা কেনেকৈ সমাধান কৰিব ?

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5