অলপ ঠাণ্ডা পালেই টনচিলৰ বিষ হয় নেকি? এই ৫টা ঘৰুৱা উপায় গ্ৰহণ কৰক…
বৰষুণত তিতাৰ পিছত চৰ্দি আৰু কাহ হোৱাটো সাধাৰণ কথা । কিন্তু ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল টনচিলত সংক্ৰমণ। বহুতৰে ঠাণ্ডা হ’লে টনচিল ফুলি উঠে। সেই সময়ত খাদ্য গিলিবলৈ বা কথা পাতিবলৈ বৰ কষ্টকৰ হৈ পৰে। ইয়াৰ লগত কাহ কৰিলে বিষ আৰু বাঢ়ি যায়।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8