বাৰিষা বতৰত ভৰি ছালৰ খজুৱতি হ’ব পাৰে ! এয়া স্বাভাৱিক, কেনেকৈ ল’ব ভৰি-ছালৰ যত্ন?
Monsoon Foot Care: পথৰ লেতেৰা পানীত ভৰি দিলে খজুৱতি হ’ব পাৰে। বাৰিষাৰ সময়ছোৱাত ভৰি ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ভৰিত ভেঁকুৰৰ সংক্ৰমণৰ আশংকা সৰ্বাধিক। ভৰিৰ নখে বীজাণু আৱদ্ধ কৰি সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বৰষুণৰ দিনত ভৰিৰ যত্ন লওক।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8