শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কঠোৰ ৰাজ্য চৰকাৰ, ২১ বছৰৰ তলৰ লোকে বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী

কঠোৰ ৰাজ্য চৰকাৰ, ২১ বছৰৰ তলৰ লোকে বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী

Trishna Kalita
Trishna Kalita | Published: 01 Jun 2025 23:01 PM

ৰাষ্ট্ৰপতিয়ে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী (কৰ্ণাটক সংশোধনী) বিধেয়কখন গৃহীত কৰাৰ পিছত এই নিয়ম প্ৰৱৰ্তন কৰা হয়।যাৰ ফলত এতিয়াৰ পৰা আপুনি ৰাজহুৱা স্থানত ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ধূমপান আৰু গুটকাও অন্তৰ্ভুক্ত।

শেহতীয়াকৈ দেশৰ এখন ৰাজ্যত ধূমপানৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যখনত হুকা বাৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ধঁপাতজাতীয় সামগ্ৰী ক্ৰয় কৰাৰ বয়সো ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা হৈছে। নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তি আৰু জৰিমনা বিহা হ’ব। পিছে কোনখন ৰাজ্যত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা ?