ইউৰিক এচিড বৃদ্ধিৰ লক্ষণ

1 june 2025

TV9 ASSAM

Photos Credit : Getty Images

বৰ্তমান সময়ত মানুহৰ মাজত ইউৰিক এচিডৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে । গতিকে কিছুমান লক্ষণে দেখা দিলে সাৱধান হ’ব লাগে ।

সাৱধান হ’ব 

ইয়াৰ ফলত শৰীৰত গাঁঠিৰ বিষ, বাতবিষ, বৃক্কৰ সমস্যা ইত্যাদি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইউৰিক এচিড বৃদ্ধিৰ লক্ষণবোৰ জানোঁ আহক ।

লক্ষণ

ইউৰিক এচিডৰ ফলত গাঁঠিত তীব্ৰ বিষ অনুভৱ কৰিব পাৰে আৰু ইয়াৰ লগতে গাঁঠি ফুলিব পাৰে ।

গাঁঠিৰ বিষ

ইউৰিক এচিডৰ ফলত বৃক্ক সম্পৰ্কীয় সমস্যা সৃষ্টি হ'ব পাৰে । লগতে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

বৃক্ক সম্পৰ্কীয় সমস্যা

বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে যকৃতৰ ক্ষতিৰ সমস্য়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে । গতিকে সাৱধান হোৱাৰ অতি প্ৰয়োজন ।

কঁকালত তীব্ৰ বিষ

ইউৰিক এচিডৰ বৃদ্ধি পালে সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে । ইয়াৰ ফলত আপুনি সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হ'ব পাৰে ।

সঘনাই প্ৰস্ৰাৱ

একেদৰে খোজ কঢ়াত অসুবিধা সন্মুখীন হ'ব পাৰে । তদুপৰি আপোনাৰ আঙুলি ফুলিব পাৰে । এই লক্ষণে দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক ।

খোজ কঢ়াত অসুবিধা

পঢ়িবলৈ ক্লিক কৰক

চাহ খোৱাৰ সঠিক সময়