Abhimannyu Box office collection: মুক্তিৰ পিছতেই চৰ্চাত ‘অভিমন্যু’! দ্বিতীয় সপ্তাহটোত কিমান উপাৰ্জন কৰিলে অসমীয়া ছবিখনে?
১৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ ছবিগৃহত নতুন অসমীয়া ছবি ‘অভিমন্যু’। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কমল লোচন আৰু দীপলিনা ডেকাই। মুক্তিৰ পিছতে পাঠশালাত ‘অভিমন্যু’ ৰ প্ৰথম দিনাৰ প্ৰতিটো শ্ব’ৰ টিকটৰ বুকিং আগদিনাই শেষ হৈছিল। দ্বিতীয় সপ্তাহত ছবিখনে কিমান উপাৰ্জন কৰিলে জানো আহক...

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5