Stroke: ষ্ট্ৰোক হ’লে কিদৰে বুজিব? এই লক্ষণসমূহ দেখিলেই হওক সাৱধান
Stroke: সাধাৰণতে অনিয়মিত জীৱনশৈলী, বয়সৰ লগত জড়িত কাৰক, অত্যধিক মানসিক চাপৰ বাবে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। ষ্ট্ৰোক হ’লে পক্ষাঘাত বা মৃত্যুও হ’ব পাৰে। চিকিৎসকে কয় যে যুৱক-যুৱতীসকলৰ মাজতো অৰ্থাৎ ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত ষ্ট্ৰোকৰ সমস্যা বৃদ্ধি পাইছে।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6