গৌৰৱী পিতৃ! মুখ্যমন্ত্ৰীৰ পুত্ৰই বাহৰেইনত সম্পূৰ্ণ কৰিলে আইৰনমেন ৭০.৩…
বাহৰেইনত বিশেষ কৰ্তৃত্ব অৰ্জন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰই। এই সন্দৰ্ভত শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰি সবিশেষ জনায়। শৰ্মাই কয় যে, নন্দিল শৰ্মাই বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5