এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ, কাৰণ কি?
এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎকৰাৰ পাছত শৰ্মাই এছ জয় শংকৰ. জেপি নাড্ডা, জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5