বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি, ন-ৰূপত সজাই তোলা হৈছে এই টাৰ্মিনেল
বৰঝাৰ বিমান বন্দৰৰ অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা নতুন টাৰ্মিনেল মুকলি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে নতুন টাৰ্মিনেলটো। এই টাৰ্মিনেলৰ সুবিধা বছৰত প্ৰায় ১৩ নিযুত যাত্ৰীয়ে ল'ব পাৰিব। ভ্ৰমণৰ শীৰ্ষ সময়তো ৪,৩০০ ঘৰুৱা আৰু ২০০ আন্তৰ্জাতিক যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5