Durga puja 2024: ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…
Durga puja 2024: সমাগত শাৰদীয় দুৰ্গা পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যবাসীও সাজু হৈছে পূজালৈ। ৯ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া পূজা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে প্ৰশাসনে SOP ও জাৰি কৰিছে। ইয়াৰ মাজতে চৰকাৰে দুৰ্গা পূজা কমিটীসমূহলৈ বিত্তীয় সাহাৰ্য আগবঢ়াইছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5