শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘সকলোৰে মৰমৰ হৈ থাকা…’, কণ্ঠশিল্পী নীল আকাশৰ জন্মদিনত পত্নীৰ বিশেষ পোষ্ট

১৯৯১ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল কণ্ঠশিল্পীজনে। কেৱল কণ্ঠই নহয়, নীলৰ ব্যক্তিগত জীৱনৰ কথা জানিও অনুৰাগীসকলে ভাল পায়।

barasha-misra
Barasha Misra | Published: 15 Nov 2025 15:51 PM
আজি জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ জন্মদিন। অসমৰ যুৱপ্ৰজন্মৰ মাজত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী নীল।

1 / 5
১৯৯১ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল কণ্ঠশিল্পীজনে। কেৱল কণ্ঠই নহয়, নীলৰ ব্যক্তিগত জীৱনৰ কথা জানিও অনুৰাগীসকলে ভাল পায়।

১৯৯১ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল কণ্ঠশিল্পীজনে। কেৱল কণ্ঠই নহয়, নীলৰ ব্যক্তিগত জীৱনৰ কথা জানিও অনুৰাগীসকলে ভাল পায়।

2 / 5
নীলৰ জন্মদিন উপলক্ষে পত্নী নেনচিয়ে সামাজিক মাধ্যমত দিছে বিশেষ পোষ্ট। তেওঁ লিখিছে, Happy Birthday Pupu r Deutak ! ভগৱানে ভালে ৰাখক তোমাক । সকলোৰে মৰমৰ হৈ থাকা ।  জীৱন তোমাতেই...

3 / 5
পত্নীৰ এই পোষ্টোৰ পিছতে সামাজিক মাধ্যমত অনুৰাগীয়ে শুভেচ্ছাৰে উপচাই পোলাইছে প্ৰিয় কণ্ঠশিল্পীগৰাকীক। নীলে বহু জনপ্ৰিয় গীত ৰাইজক উপহাৰ দিছে।

4 / 5
সংগীতৰ পথাৰত বহু কষ্ট কৰি নিজৰ সুপৰিচয় গঢ়িবলৈ সক্ষম হৈছে নীলে। আজিৰ এই বিশেষ দিনটোত নীললৈ থাকিল জন্মদিনৰ অলেখ অজুত শুভকামনা ।

5 / 5