Happy Birthday Kiara Advani: ৰাখী বন্ধনৰ বাবে কিয়াৰা আদৱানীৰ পৰা লওক ফেশ্বন টিপছ
বিউটি ডিভা কিয়াৰা আদৱানী বলীউডৰ এগৰাকী গ্লেমাৰাছ অভিনেত্ৰী। কিয়াৰাই ৩১ জুলাইত জন্মদিন উদযাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে তেওঁৰ ফেশ্বনেবল লুক শ্বেযাৰ কৰি থাকে। যি অনুৰাগীসকলৰ হৃদয় আকৰ্ষণ কৰে। ৰাখী বন্ধনৰ বাবে অভিনেত্ৰীগৰাকীৰ পৰা কিছুমান পোছাকৰ পৰা ধাৰণা ল'ব পাৰি। বাৰ্থডে গাৰ্ল কিয়াৰাৰ কিছুমান লুক চাও আহক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5