GMC Eviction: গুৱাহাটীত প্ৰশাসনৰ উচ্ছেদ অভিযান, কঠোৰ গুৱাহাটী পৌৰ নিগম
মাজনিশা গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত GMCৰ উচ্ছেদ অভিযান। পদপথ আৰু উৰণ সেঁতুৰ তলত অবৈধ ভাৱে দোকান দি অহা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল অভিযান। আজি পুনৰ চলিব এই উচ্ছেদ অভিযান।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5