গুৱাহাটীত আৰম্ভ হ’ব মেট্ৰ’ ৰেল সেৱা! নিৰ্মাণৰ বাবদ ব্যয় হ’ব ১৬,৮৫০ কোটি টকা
আজি বছৰৰ প্ৰথম দিন। এই দিনটোতেই ৰাজ্যবাসীৰ বাবে আহিছে ভাল খবৰ। কিয়নো গুৱাহাটীত আৰম্ভ হ'ব পাৰে মেট্ৰ' ৰেল সেৱা। এই সন্দৰ্ভত সাংসদ বিজুলী কলিতা মেধিয়েও মন্তব্য আগবঢ়াইছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5